মই তোমাক বহুত ভাল পাওঁ
তারিখঃ ৩০ অক্টোবর, ২০২৪, ১৪:২৫
হে শিৱ, তুমি আমাৰ আশা ভৰসা
হে শিৱ, তুমি আমাৰ ৰক্ষাকৰ্তা
হে শিৱ, তুমি আমাৰ জীৱন
হে শিৱ, তুমি আমাৰ মন
হে শিৱ, তুমি আমাৰ শক্তি
হে শিৱ, তুমি আমাৰ সাহস
হে শিৱ, তুমি আমাৰ ভালপোৱা
হে শিৱ, তুমি আমাৰ আৰাধ্য দেৱতা
হে শিৱ, মই তোমাক বহুত ভাল পাওঁ।
--- Arghyadeep Chakraborty
29/10/2024

মন্তব্য: ০